জোনৰ জোনাক
চোতালে চোতালে ফুৰে
বেলিৰ পোহৰ
বনে
উপবনে ঘূৰে
মোৰ গানে নৈ
তেজৰ
সোঁতত
বিজুলি
সঞ্চাৰে
আঘাত
কৰি বাৰে বাৰে ৷
মোৰ গানৰ লগত
ভাবৰ
আগ্নি যায়
সেই
অগ্নিয়ে
নিৰাশা
পুৰি
ছাখাৰ
কৰি
আশাৰ
প্ৰদীপ জ্বলায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment