Assamese Song: Tumar
Chaya Kumol (Duet)
Album: Krishna
Chura
Singer: Suman
Chatterjee (Duet)
Music Director: Suman
Chatterjee
Year: ?
পুৰুষ: তোমাৰ ছাঁয়া কোমল..!
মনৰ ছাঁয়াই জীৱন..!
তোমাৰ মনৰ পাহি খনেই মোৰেই প্ৰাণ স্পন্দন !
তোমাৰ ছাঁয়াত মন.. !
মনৰ ছাঁয়াই জীৱন..!
তোমাৰ মনৰ পাহি খনেই মোৰেই প্ৰাণ স্পন্দন !
নাৰী: চকুত চকু ছাঁয়া !
ভিনু নিবিৰ ভাষা..!
তাতে লিখি থলা
মিলনৰ গভীৰতা... !
পুৰুষ: ওঁঠৰ
ভাজত ওঁঠ.. !
তৃষাৰ পাহি কঁপে
দুয়ো: প্লাৱন নামি আহে.. !
নিশ্বাসে নিশ্বাসে ….!
পুৰুষ: মেঘৰ ছাঁয়াত-মাটিত
মাটিৰ ছাঁয়াত ৰঙ
নাৰী: তোমাৰ ছাঁয়াত
মোৰেই ..
সেউজ প্ৰতিক্ষণ !
পুৰুষ: সেউজ ছাঁয়াৰ দৰে
তোমাৰ আচল মোৰেই..
নাৰী: তোমাক বিচাৰি মন
বতাহতে
দোলা দি !
পুৰুষ: আবেশ
ভৰা দিন ..!
আবেশ
ভৰা ৰাতি… !
দুয়ো: তোমাৰ
হাতৰ মিলন তুলি
মোৰেই
হাত উটিল
ওহো
ওহো ওহো...!
ওহো
ওহো ওহো....!
ওহো
ওহো ওহো ওহো !
ওহো
ও ও..... !!
বোলছবি/এলবাম: কৃষ্ণচূড়া
গায়ক/গায়িকা: সুমন
চেটাৰ্জী (দ্বৈত কন্ঠত)
সংগীত পৰিচালক: সুমন
চেটাৰ্জী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি: দ্ৰ:- গীতটো শুনি লিখা,
কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment