জয় হিন্দ্
জয় জয়
জয় হিন্দ্ জয় জয়
নৱভাৰতৰ নবীন আৰুণোদয়
জয়
হিন্দ্ জয় জয় ৷
যুগান্তৰৰ আন্ধাৰ জিনি
আগবাঢ়ি
যা ন’ যোৱান !
তোৰ
হাতত উৰে বিজয়ী নিচান ৷
ইন্কিলাব জিন্দাবাদ্
হিন্দ্
আজাদ হিন্দ্ আজাদ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment