অনুসন্ধান আকাংক্ষাত

Sunday, June 10, 2012

কেমেৰাৰে ধৰি ৰাখিছোঁ


Assamese Song:                 Cemerarey Dhori Rakhisu
Album:                                   Krishna Chura
Singer:                                   Suman Chatterjee
Music Director:                     Suman Chatterjee
Year:                                      ?

কেমেৰাৰে ধৰি ৰাখিছোঁ তোমাৰ মুখ
দৃষ্টি মোৰ ধৰি ৰাখিছো তোমাক
বুকুৰ মাজত লিখিছো তোমাৰ নাম..!
বিশ্বাসটিও মাথো দুজনৰ হওঁক !
কেমেৰাৰে ধৰি ৰাখিছোঁ তোমাৰ মুখ
দৃষ্টি মোৰ ধৰি ৰাখিছোঁ তোমাক
বুকুৰ মাজত লিখিছোঁ তোমাৰ নাম..!
বিশ্বাসটিও মাথো দুজনৰ হওঁক !

যিমান বাটত প্ৰেমৰ সুৰভি যাঁচি
পাহৰিলা তুমি বাটৰ চিহ্ন-ফলি !
আহিছোঁ নেওঁচি আমি বহু সংঘাত
স্মৃতিৰ এতিয়া কবিতাহে হলা তুমি ..!
পাহৰিলা তুমি  প্ৰথম অংগীকাৰ..!
বন্ধুৰ বাবে বন্ধুত্বই দামী
পাহৰিলা তুমি  প্ৰথম অংগীকাৰ..!
বন্ধুৰ বাবে বন্ধুত্বই দামী
দুয়োৰে কাষত দুয়োৰেই অধিকাৰ...!
যদিও এতিয়া আহিছো সকলো এৰি....!

কিদৰে বুজাও তুমিযে নহয় সপোন !
তুমি বুকুৰেই গভীৰ গোপন আকাশ !
অহা মানে মাথো তোমাৰ কাষলে অহা
যোৱা মানে মাথো তোমাতে সঙ্গী হোৱা !
উলতি আহা মোৰেই দুবাহুলৈ..
বুকুৰ বিধিনী আকুল তোমাৰ বাবেই
গাব যে লাগিব আশাৰ ৰঙীন গীত..!
আহা মাথো আহা জীৱনে তোমাকে মাতে..... ৷৷

বোলছবি/এলবাম:                    কৃষ্ণচূড়া
গায়ক/গায়িকা:                        সুমন চেটাৰ্জী          
সংগীত পৰিচালক:                  সুমন চেটাৰ্জী
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

[ বি: দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]  

No comments: