অনুসন্ধান আকাংক্ষাত

Saturday, June 2, 2012

অ’ আজি মোৰ , অ’ মন পখীটি


Assamese Song: O Aji Mur , O Mur Mon
Film:                       Kazarangar Kahini
Singer:                    ?
Music Director:    Anopam Choudhury 
Year:                      1981

.. আজি মোৰ  
         অ..  মন পখীটি !
কিহৰে সহাৰি পাই...
         ফুৰিছে আকাশ ধিয়ায়..
কিহৰে সহাৰি পাই..
         ফুৰিছে আকাশ ধিয়ায়..

চম্পা ফুলৰ পাহিটি যেন
কাৰেই হাঁহিটি !

চম্পা ফুলৰ পাহিটি যেন
কাৰেই হাঁহিটি !
পূব আকাশৰ তলতে  
উঠে জিলিকি
লাহি লাহি পাখি মেলি
বগা বগা বগলীবোৰ
           কেনি উৰি যায় !
লাহি লাহি পাখি মেলি
বগা বগা বগলীবোৰ
           কেনি উৰি যায় !
কিহৰে সহাৰি পাই..
         ফুৰিছে আকাশ ধিয়ায়..
কিহৰে সহাৰি পাই..
         ফুৰিছে আকাশ ধিয়ায়..

আকাশ নীলা পাহাৰ নীলা
ৰঙা বেলিটি !

আকাশ নীলা পাহাৰ নীলা
ৰঙা বেলিটি !
সেয়ে লগত ৰঙা পৰিল
সৰু জুৰিটি
যেন বিহুৰে নাচনী তাই
         একা বেকা কঁকাল ভাঙি
           নাচি বাগি যায় !
যেন বিহুৰে নাচনী তাই
         একা বেকা কঁকাল ভাঙি
           নাচি বাগি যায় !
কিহৰে সহাৰি পাই
          ফুৰিছে আকাশ ধিয়ায়
.. আজি মোৰ  
          অ..  মন পখীটি !
কিহৰে সহাৰি পাই
          ফুৰিছে আকাশ ধিয়ায়  ৷৷


বোলছবি/এলবাম:      কাজিৰঙাৰ কাহিনী
গায়ক/গায়িকা:           ?           
সংগীত পৰিচালক:     অনুপম চৌধুৰী 
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: