Assamese Song: Amar
Aji Sutti
Film: Anurag
Singer: ?
Music Director: Rajeshwar Bordoloi
Year: 1982
সৌ দূৰৰ সীমাহীন আকাশ
সমুখতে দেখোন বিশাল সাগৰ !
মনৰ মাজত আলোড়ন !
কত জোৱাৰৰ !
সৌ দূৰৰ সীমাহীন আকাশ
সমোখতে দেখোন বিশাল সাগৰ !
মনৰ মাজত আলোড়ন !
কত জোৱাৰৰ !
সৌ দূৰত সীমাহীন
আকাশ
চেতনাহীন মানুহৰ ! সমাজৰ !
প্ৰয়োজন
আজি
মাথো সাহসৰ
গতি
লাগে জোৱাৰৰ .. !
আৰু
লাগে উদৰতা সৌ আকাশৰ ...
সৌ আকাশৰ ..!
সৌ দূৰত সীমাহীন
আকাশ !
লাগে কিয় আমাৰ মাজত
ভেদা-ভেদ দীন-পৰ !
মানুহে মানুহৰ আদৰি নল’লে জানো
সফল হ’ব মানুহ নামৰ... !
মানুহ
নামৰ... !
বোলছবি/এলবাম: অনুৰাগ
গায়ক/গায়িকা: ?
সংগীত পৰিচালক: ৰাজেশ্বৰ বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment