Assamese Song: Aji
Kio Eney Lage
Film: Anurag
Singer: ?
Music Director: Rajeshwar Bordoloi
Year: 1982
আজি কিয় এনে লাগে
আজি কিমান যে ভাল লাগে
মই নেজানো কতেনো হেৰালে মন
!
আজি কিয় এনে লাগে
আজি কিমান যে ভাল লাগে
মই নেজানো কতেনো হেৰালে মন
!
লা লা লা ...( আলাপ)
লা লা লা ...( আলাপ)
ইমান যে ফুল ফুলে .. ! কিয় ফুলে ?
প্ৰজাপতি আহি কিয় চুমে !
কিযে কৰো কতে মৰো
ইমান যে লাজ লাগে !
আজি কিয় এনে লাগে
আজি কিমান যে ভাল লাগে
মই নেজানো কতেনো হেৰালে মন
!
লা লা লা ...( আলাপ)
লা লা লা ...( আলাপ)
অজানিতে যেন ...কতেনো !
বতাহতে তাত ... পৰশত !
ৰঙে ৰঙে এই .. আলোড়ন !
কাৰ বাবে এই .. আয়োজন.. !
সপোন সপোন লাগে.. !
সপোন সপোন লাগে.. !
সপোন সপোন লাগে.. !
সপোন সপোন লাগে .. ৷৷
বোলছবি/এলবাম: অনুৰাগ
গায়ক/গায়িকা: ?
সংগীত
পৰিচালক: ৰাজেশ্বৰ
বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment