Assamese Song: Kun
Hopunorey
Film: Anurag
Singer: ?
Music Director: Rajeshwar Bordoloi
Year: 1982
না: সমস্বৰে: কোন
সপোনৰে
কোন আকাশৰে !
কল্পনাৰে !
পৰী যাওঁ উৰি !
আমি যাওঁ উৰি !
কোন জোনাকৰে
ৰং ঘৰে ঘৰে !
আনন্দৰে .. !
যাওঁ উৰি ঊৰি !
আমি যাওঁ উৰি !
মুকলিতে আমি দি যাওঁ
এটি দুটি সপোন মায়া !
অজানিতে আমি দি যাওঁ
এটি দুটি সপোন মায়া !
আলফুলকৈ যাওঁ দেহ হৈ
জীৱন ৰাহি উন্মাদ !
কোন সপোনৰে
এটি দিশে আমি
হৈ
যাওঁ জিকিমিকি
মধুৰ
আশা !
এটি দিশে আমি
হৈ
যাওঁ জিকিমিকি
মধুৰ
আশা !
মনতে
যে কতনা হ’ল
কদম
তলত বলীয়া !
কোন
সপোনৰে
কোন আকাশৰে !
কল্পনাৰে !
পৰী যাওঁ উৰি !
আমি যাওঁ উৰি !
ও
ও ও.. (আলাপ)
ও ও ও.. (আলাপ) ৷৷
বোলছবি/এলবাম: অনুৰাগ
গায়িকা: ?
সংগীত
পৰিচালক: ৰাজেশ্বৰ
বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment