Assamese Song: Amar
Aji Sutti
Film: Anurag
Singer: Pulak Banerjee & Mitali Chowdhury
Music Director: Rajeshwar Bordoloi
Year: 1982
পু: বে: শিহৰণ !
অ’ ঝিৰি ঝিৰি কৈ
নিজৰা বয়
তোমাৰ চকুজুৰিয়ে কিনো কথা কয় ?
মি: চৌ: শিহৰণ !
অ’ ঝিৰি ঝিৰি কৈ
নিজৰা বয়
মোৰ চকুজুৰিয়ে তোমাৰ কথা কয় !
পু: বে: শিহৰণ
অ’ ঝিৰি ঝিৰি কৈ
নিজৰা বয়
তোমাৰ চকুজুৰিয়ে
মি: চৌ: মোৰ চকুজুৰিয়ে
দুয়ো: আমাৰ কথা কয় !
শিহৰণ !
পু: বে: আমাৰ এই প্ৰেম
প্ৰেম অনুৰাগ !
এই মধু মিলন !
মি: চৌ: এই ঋতু ৰং
মধু
ক্ষন !
বতাহে
সাবতি লয় !
দুয়ো: আমাৰ এই প্ৰেম
পু: বে: প্ৰেম অনুৰাগ ! [মি:
চৌ: আ...(আলাপ)]
এই মধু মিলন ! [মি:
চৌ: আ...(আলাপ)]
এই ঋতু ৰং
মধু
ক্ষন !
দুয়ো: বতাহে সাবতি লয় !
আমাৰ
কথা কয় !
শিহৰণ !
মি: চৌ: হিয়া মোৰ কঁপিছে
ভয় ভয় লাগিছে
ও.. হিয়া মোৰ কঁপিছে
ভয় ভয় লাগিছে
পু: বে: মোৰ প্ৰাণতো একে সংশয় !
মোৰ প্ৰাণতো একে সংশয় !
দুয়ো: শিহৰণ !
অ’ ঝিৰি ঝিৰি কৈ
নিজৰা বয়
আমাৰ
মিলন যেন যুগমীয়া হয়
শিহৰণ ! (দুটা স্কেলত শেষলৈ)
অ’ ঝিৰি ঝিৰি কৈ
নিজৰা বয়
আমাৰ
মিলন যেন যুগমীয়া হয় ৷
বোলছবি/এলবাম: অনুৰাগ
গায়ক/গায়িকা: পুলক
বেনাৰ্জী আৰু মিতালী চৌধুৰী
সংগীত
পৰিচালক: ৰাজেশ্বৰ
বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment