অনুসন্ধান আকাংক্ষাত

Saturday, May 12, 2012

বাঁহী নুশুনিলে


Assamese Song:                 Bahi Nuhuniley Mon Nujurai
Film:                                     Anjali
Singer:                                 ?
Music Director:                    Prasanta Bardoloi
Year:                                    1984

বাঁহী নুশুনিলে .......
ম..ন মোৰ  নুজুৰায়..
সুৰে সুৰে প্ৰাণ ভৰে
বাঁহী নুশুনিলে
মন মোৰ নুজুৰায়
মন মোৰ নুজুৰায়
সুৰে সুৰে প্ৰাণ ভৰে
নদীৰ সোঁতেৰে
সময় বাগৰে
সময় বাগৰে  !
সোঁৱৰণি নাও উটি ফুৰে
সোঁৱৰণি নাও উটি ফুৰে

ত বাৰু সেই সপোন জুৰ !

ত বাৰু সেই সপোন জুৰ !
মোৰ মনৰো হেপাহৰ ৰং
কোনে দিব মোক সেই খবৰ !
কোনে দিব মোক সেই খবৰ !
কোনে ! আহি ! কব !
বাঁহী নুশুনিলে
মন মোৰ নুজুৰায়
মন মোৰ নুজুৰায়
সুৰে সুৰে প্ৰাণ ভৰে
সুৰে সুৰে প্ৰাণভৰে ৷

জীৱন নদীৰ এই এৰা সুঁতিৰ !

জীৱন নদীৰ এই এৰা সুঁতিৰ !
কোন ৰয় মোৰ অনুভুতিত
আকৌ জানো হব প্ৰাণ চঞ্চল !
আকৌ জানো হব প্ৰাণ চঞ্চল !
কোনে ! আহি ! চাব !
বাঁহী নুশুনিলে
মন মোৰ নুজুৰায়
মন মোৰ নুজুৰায়
সুৰে সুৰে প্ৰাণ ভৰে
সুৰে সুৰে প্ৰাণ ভৰে

অৰুণ হেৰোৱা আকাশী মন !

অৰুণ হেৰোৱা আকাশী মন !
পাই হেৰোৱাৰ সন্ধিক্ষণ !
মনে বিচাৰে যি পোহৰ !
মনে বিচাৰে যি পোহৰ !
কোনে ! আহি ! দিব !
বাঁহী নুশুনিলে
মন মোৰ নুজুৰায় !
মন মোৰ নুজুৰায় !
সুৰে সুৰে প্ৰাণ ভৰে
নদীৰ সোঁতেৰে
সময় বাগৰে !
সময় বাগৰে  !
সোঁৱৰণি নাও উটি ফুৰে
সোঁৱৰণি নাও উটি ফুৰে (উচুপনি)
সোঁৱৰণি নাও...... ৷৷

বোলছবি/এলবাম:             অঞ্জলি
গায়িকা:                            ?           
সংগীত পৰিচালক:            প্ৰশান্ত বৰদলৈ
(ইউনিকড ৰূপান্তৰ:        দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: