অনুসন্ধান আকাংক্ষাত

Friday, May 4, 2012

ঝিলিমিলি ঝিলিমিলি


Assamese Song:                 Jhilimili Jhilimili
Film:                                     Duronir Rong
Singer:                                 Aroti Mukharjee
Music Director:                    ?
Year:                                    ?

ঝিলিমিলি !
ঝিলিমিলি !
আশাৰ তৰা জ্বলে !
খেলি মেলি
সপোন আহি
কি যে লহৰ তোলে !

মোৰ যে আশা পাখি মেলি
উৰি যায় সপোনলে
 (ওহু ও ও .. পুৰুষৰ আলাপ)
.. ও ..(আলাপ) (ওহু ও ও .. পুৰুষৰ আলাপ)
তোমাৰ মৰম ছাঁয়াতে
মিঠা জোনাক নামে
ঝিলিমিলি         [আ.. নাৰীসকলৰ আলাপ)]
মলয়াতে            [আ.. নাৰীসকলৰ আলাপ)]
মনৰ আঁচল উৰে   [আ.. নাৰীসকলৰ আলাপ)]
ৰিমিঝিমি              [আহা.. নাৰীসকলৰ আলাপ)]
সুৰে সুৰে               [আহা.. নাৰীসকলৰ আলাপ)]
মোৰ হৃদয় ভৰে !    [    আলাপ শেষ  ]

মোৰ যে হৃদয়
বিচাৰে তোমাক
মিলনৰে গানে গানে     
(ওহু ও ও .. পুৰুষৰ আলাপ)
.. ও ..(আলাপ)(ওহু ও ও .. পুৰুষৰ আলাপ)
মোৰ যে হৃদয়     [আ.. নাৰীসকলৰ আলাপ)]
বিচাৰে তোমাক
মিলনৰে গানে গানে [আ.. নাৰীসকলৰ আলাপ)]
ইমান নিবিৰ মায়াৰে
নতুন সপোন আনে !
ইমান নিবিৰ মায়াৰে
নতুন সপোন আনে !

ঝিলিমিলি           [আ.. নাৰীসকলৰ আলাপ)]
ঝিলিমিলি           [আ.. নাৰীসকলৰ আলাপ)]
আশাৰ তৰা জ্বলে[আহা.. নাৰীসকলৰ আলাপ)]
খেলি মেলি          [আহা.. নাৰীসকলৰ আলাপ)]
সপোন আহি        [আহা.. নাৰীসকলৰ আলাপ)]
নিতে লহৰ তোলে [    আলাপ শেষ  ]

বোলছবি/এলবাম:        দূৰণিৰ ৰং
গায়ক/গায়িকা:            আৰতি মুখাৰ্জী            
সংগীত পৰিচালক:      ?
(ইউনিকড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: