Assamese Song: Rati
Mayabini Moi
Film: Anutaap
Singer: Mitali
Choudhury
Music Director: Jeetu
-Tapan
Lyrics:-
Nurul Haque
Year: ?
[ৰাতি মায়াবিনী মই
আহিছোঁ কামনা হৈ ] - ২
মৰমী মোৰে তুমি আহানা কাষলৈ !
ৰাতি মায়াবিনী মই
আহিছোঁ কামনা হৈ
অ’ অ’ অ’
অ’ অ’ অ’
অ’ অ’ অ’
আহ্.. হা
[মই যে তোমাৰ মৰুৰ মায়া !
ফাগুণৰ আগে মই ব’হাগী
মায়া !
নাযাবা আতৰি নাযাবা পাহৰি ! - ২
জীৱন যে দুদিনিয়া !
মৰমী মোৰে তুমি আহানা কাষলৈ !
ৰাতি মায়াবিনী মই
আহিছো কামনা হৈ
-
[নিশাৰ আৱেগ মাগিছোঁ তোমাক
জীৱনৰ মদিৰা যাচিছোঁ তোমাক !] - ২
লোৱানা পি
লোৱা এচুলুক দি লোৱা - ২
ৰাতি যে
মোহনীয়া !
মৰমী মোৰে তুমি আহানা কাষলৈ !
[ৰাতি মায়াবিনী মই
আহিছোঁ কামনা হৈ] - ২ ।।
বোলছবি/এলবাম: অনুতাপ
গায়ক/গায়িকা: মিতালী চৌধুৰী
সংগীত পৰিচালক: জিতু-তপন
কথা : নুৰুল
হক
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment