অনুসন্ধান আকাংক্ষাত

Friday, May 25, 2012

আশ্বিন মাসে দুৰ্গা পূজা



Assamese Song: Aswin Mashe Durga Puja
Film:    Kanch Ghar
Singer: Bhupen Hazarika & Mridula Das Dewan
Music Director: Jeetu Tapan
Year:     ?

পুৰুষ:  আশ্বিন মাসে দুৰ্গা পূজা
ঢাঁকেৰ কেমন গুড় গুড়ি
তাৰেই মাঝে ঝিলমিল কৰে
মোৰ প্ৰাণেৰ সুন্দৰী !
                     মোৰ প্ৰাণেৰ সুন্দৰী..
নাৰী:  আশ্বিন মাসে দুৰ্গা পূজা
ঢাঁকেৰ কেমন গুড় গুড়ি !

পুৰুষ:  লাল শাড়ী পিন্ধি নাচে
মাদল ঝুমুৰ বাজানা. !

                     নাকে নুলুক বায়ে তাবিজ
ৰুণজুণ বাজে গহনা
                     আৰে নাকে নুলুক বায়ে তাবিজ
ৰুণজুণ বাজে গহনা ..!
নাৰী:  অইন দিনে দেখি কালা
কাণে কদম ফুল গ
                     আজি কেন তোমাৰ কালা
বদন মলিন গ’ !
বদন মলিন গ’..
দুয়ো:  আশ্বিন মাসে দুৰ্গা পূজা
ঢাঁকেৰ কেমন গুড় গুড়ি !
                           
পুৰুষ: এক খানি পান দিয়ে
আশা দিয়া পালাইলি !
                        ফাঁকি দিয়া ওৰে পিয়া কাহে নাহিলি..
বৃথা মোৰ নিশি গেল জাগায়া ৰাখিলি..
নাৰী:   যখন ফুল কলি ছিল
তখন ভ্ৰমৰ আইল গেল
এখন নুতন ফুল মজিল
পুৰাণা পিৰীতি ছাড়ে ..
নতুনে মজিল ৰে..
দুয়ো:   আশ্বিন মাসে দুৰ্গা পূজা
 ঢাঁকেৰ কেমন গুড় গুড়ি !

পুৰুষ: এত যদি ছিল মনে আগে না বলিলি কেনে ?
           মোৰ যৌৱন তোৰ হাথে ৰৈল !
নাৰী:  তুমি তৰু !  হামি লতা !
           যাও দেখি কোথা যাবে !
          হাঁসিৰ চান্দ .. আকাশে উঠিল !
পুৰুষ: আসে পাসে লাথৌ গাছ
 গমকি উঠিল বাঁস
 কেওঁৰা ফুল খোপাই পিন্ধি
 নাচ্ ৰে ঝুমুৰ নাচ..
দুয়ো:  আৰে নাচ্ ৰে ঝুমুৰ নাচ !
           আৰে নাচ্ ৰে ঝুমুৰ নাচ !
নাৰী:   দুই পইচাৰ পুঠি মাছ
কাঞা গোলাৰ তেল ৰে ..
পুৰুষ: কোমৰ ধৰি সবাই খেলি
প্ৰেম পিৰীতিৰ খেল ৰে ..
প্ৰেম পিৰীতিৰ খেল ৰে ..
দুয়ো:  আশ্বিন মাসে দুৰ্গা পূজা
ঢাঁকেৰ কেমন গুড় গুড়ি !
পুৰুষ: তাৰেই মাঝে ঝিলমিল কৰে
মোৰ প্ৰাণেৰ সুন্দৰী.. !
                     মোৰ প্ৰাণেৰ সুন্দৰী..
                     আৰে মোৰ প্ৰাণেৰ সুন্দৰী..

বোলছবি/এলবাম:           কাঁচ ঘৰ
গায়িক/গায়িকা:  ভূপেন হাজৰিকা আৰু মৃদুলা দাস দেৱান 
কথা:                    ভূপেন হাজৰিকা       
সংগীত পৰিচালক:  জিতু-তপন
(ইউনিকড ৰূপান্তৰ:দিগন্ত শইকীয়া)

[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: