Assamese
Song: Hun Heru
Rupahi Bijuli
Film: Upapath
Singer: Samar Hazarika
Music
Director: Manisha Hazarika
Lyrics: Hemanta
Dutta
Year: ?
(শুন হেৰ’ ৰূপহী বিজুলী
তই জানো নাশিব পাৰিবি ?
ঘন ঘোৰ শাখিনী আউসী !)←২
(কণ কণ অকনি জোনাকী জাকে
জ্যোতি তৰাৰে সভা পাতে )←২
তই জানো নিৰবে থাকিবি ?
ভয় খায় আতৰি পলাবি !
তাই মাথোঁ কাজঁলী আউসী !
(এন্ধাৰ ধৰাত জোনাকী হৈ
থাকো যদিও অকলে ৰৈ )←২
কোনো খেদ নাই তাৰ বাবে ! ←২
সাহেৰে ! অকলে ! নাশিমেই আউসীকে মই !
শুন হেৰ’ ৰূপহী বিজুলী
তই জানো নাশিব পাৰিবি ?
ঘন ঘোৰ শাখিনী আউসী ?!
(বোলোতে বাট ওভট নাপায়
পৰো যদি উজুতি খায় )←২
পাৰ যদি তই লগ হ’বি←২
দুয়োৱে ! লগেৰে ! নাশিমে আউসীকে গৈ !
শুন হেৰ’ লগৰী বিজুলী
তই জানো লগতে নাহিবি !
নাশিবলে শাখিনী আউসী ←২ ৷৷
বোলছবি/এলবাম: উপপথ
গায়ক : সমৰ হাজৰিকা
সংগীত
পৰিচালকা : মনিষা হাজৰিকা
(ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment