Assamese Song: Amar
Aji Sutti
Film: Anurag
Singer: Pulak Banerjee et al
Music Director: Rajeshwar Bordoloi
Year: 1982
সমস্বৰে: অ’ ..(আলাপ)
আমাৰ আজি ছুটি
নাই কোনো ডিউটি..
মেঘৰ দৰে উৰি যাওগৈ ..অ’..
মেঘৰ দৰে উৰি যাওগৈ
আমাৰ আজি ছুটি
নাই কোনো ডিউটি..
মেঘৰ দৰে উৰি যাওগৈ
মেঘালয়লৈ...!
মেঘালয়..
আমাৰ আজি ছুটি ৷
পু:বে: মোৰ হ’লে ডিউটি আছে দেই
(যায় ভাড়াৰ ডিউটি !)
সমস্বৰে: আমাৰ যে ডিউটি ও নাই !
সেয়ে কোনো চিন্তাও নাই... !
আমাৰ মন বোৰ আজি
তুলাৰ দৰে মেঘ হয়
মেঘালয়...!
মেঘালয়.. !
আমাৰ আজি ছুটি ৷
পু:বে: এই পৃথিৱীত প্ৰতিজন যদি শিল্পী হয় !(কথা)
সমস্বৰে: এই পৃথিৱীৰ প্ৰতিজন যদি শিল্পী হয় !
প্ৰতিদানত মন যদি মেঘ হয়.. !
মেঘে যদি ৰামধনুৰ সাতোটি ৰহণ লয় !
মেঘে যদি ৰামধনুৰ সাতোটি ৰহণ লয় !
কিযে ভাল হয় !
হয় ! হয় !
মেঘালয়...!
মেঘালয়.. !
বোলছবি/এলবাম: অনুৰাগ
গায়ক/গায়িকা: পুলক
বেনাৰ্জী আৰু লগৰীয়াসকল
সংগীত
পৰিচালক: ৰাজেশ্বৰ বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment