Assamese Song: Dukhi Moi Ohohai
Film: Angikaar
Singer: Anju Devi
Music Director: ?
Year:
1980
দুখী
মই অসহায়.. কৰোহু কাকুতি ..
দিয়া
মোক জ্যোতি... প্ৰভু..... !
দিয়া
সদমতি .. !
দুখী
মই অসহায় কৰোহু কাকুতি ..
দিয়া
মোক জ্যোতি প্ৰভু ! দিয়া সদমতি !
আমি
মূৰখ মতি তুমি জগতৰে পতি
আমি মূৰখ মতি তুমি জগতৰে পতি
অপৰাধ
খেমিবা সন্তক নাশিবা
অপৰাধ
খেমিবা সন্তক নাশিবা
নিজ গুণে
জোখিবা নকৰিবা খতি !
দিয়া
মোক যতি দিয়া সদমতি !
দুখী
মই অসহায় কৰোহু কাকুতি
দুখী
মই অসহায় কৰোহু কাকুতি ৷
অহংকাৰী
নৰে জেবে তোমাকে পাহৰে
তুমি
চাগে হাঁহা প্ৰভু আতৰে আতৰে
তেনে
লোকক নিজ গুণে.. দিয়া সদমতি !
তুমি
সৰ্বজান প্ৰভু অগতিৰে গতি ..
দুখী মই অসহায় কৰোহু কাকুতি .. ৷৷
বোলছবি: অংগীকাৰ
গায়ক/গায়িকা:
অঞ্জু দেৱী
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল
দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment