Assamese Song: Puhorey Ki Janey
Film: Jug Biyug
Singer: Pahari Saikia (Das)
Lyrics: Keshab Mahanta
Music Director: Ramen Baruah
Lyrics: Keshab Mahanta
Music Director: Ramen Baruah
Director: Dwiban Baruah
Year: 1971
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !
মৰমে নাজানে
কিনো কাৰ ছলনা...
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !
আকাশে ইমান জোনাক !
কিয়নো পাতিলে না-মান
মাটিয়ে ইমান সুখত
কিয়নো আছে ও মৰম !
বুকুৱে বিচাৰে
কাৰ তুমি জ ল্প না...
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !
পৰেনে তোমাৰো মনত ?
ধৰোতে উৰি উৰি যায়
অকনি পখিলাটি সেই
হাততে পায়ো হেৰুৱায় !
পৰেনে তোমাৰো মনত ?
ধৰোতে উৰি উৰি যায়
অকনি পখিলাটি সেই
হাততে পায়ো হেৰুৱায় !
পুনৰে নাপাওঁ
যেন মন যে উ ন্ম না...
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !
মৰমে নাজানে
কিনো কাৰ ছলনা...
পোহৰে কি জানে
ৰাতিৰ কি বেদনা !!
বোলছবি/এলবাম: যোগ-বিয়োগ
গায়ক/গায়িকা: পাহাৰী শইকীয়া (দাস)
কথা কেশৱ মহন্ত
কথা কেশৱ মহন্ত
সংগীত পৰিচালক: ৰমেন বৰুৱা
পৰিচালক : দ্বিবন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই
দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment