[Bhupen Hazarika's songs and Lyrics:- We’re on the same boat brother]
ভূ:হা: We’re on the
same boat brother
We’re on the
same boat brother
if you tip
one end
(You)
gonna rock the other
It’s the same
boat brother
সমস্বৰে: We’re on the
same boat brother
We’re on the
same boat brother
ভূ:হা: if you tip one end
(You)
gonna rock the other
সমস্বৰে: It’s the same
boat brother
ভূ:হা: O’ Lord
looked down
পু:স: Lord
looked down
ভূ:হা: From
Your holy place
পু:স: Holy
place
ভূ:হা: O’ Lawd duh
me
পু:স: O’ ho ho..
ভূ:হা: What
a sea of space
পু:স: O’ ho ho..
ভূ:হা: What
a place to launch
পু:স: O’ ho ho..
ভূ:হা: This
human race
পু:স: O’ ho ho..
ভূ:হা: This
human race !
পু:স: O’ ho ho..
ভূ:হা: So he
built him a boat with a mixed-up crew,
With
eyes of Black and Brown and Blue.
And that’s the
reason
You and I
Up just one world and just
one sky !
সমস্বৰে: We’re on the
same boat brother
We’re on the
same boat brother
ভূ:হা: We’re on the
same boat brother
We’re on the
same boat brother
সমস্বৰে: if you tip one end
(You) gonna rock the other
It’s the same
boat brother
We’re on the
same boat brother
We’re on the
same boat brother
ভূ:হা: if you tip one end
(You) gonna rock the other
সমস্বৰে: It’s the same
boat brother
ভূ:হা: O’ Lord
looked down
পু:স: Lord
looked down
ভূ:হা: From
Your holy place
পু:স: Holy
place
ভূ:হা: O’ Lawd duh
me
পু:স: O’ ho ho..
ভূ:হা: What
a sea of space
পু:স: O’ ho ho..
ভূ:হা: What
a place to launch
পু:স: O’ ho ho..
ভূ:হা: This
human race
পু:স: O’ ho ho..
ভূ:হা: This
human race!
পু:স: O’ ho ho..
ভূ:হা: So he built him a boat with a mixed-up crew,
With eyes of Black and
Brown and Blue.
And that’s the
reason
You and I
Up just one world and just
one sky!
সমস্বৰে: We’re on the
same boat brother
We’re on the
same boat brother
ভূ:হা: আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে
যদি সংঘাত হয়
তেনে ধ্বংশ হ’ব
গৰ্ব আমাৰ প্রগতি !
সমস্বৰে: আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে
যদি
সংঘাত হয়
তেনে ধ্বংশ হ’ব
গৰ্ব আমাৰ প্রগতি !
ভূ:হা: প্রভূ
চোৱা তললৈ
পু:স: চোৱা তললৈ..
ভূ:হা: সৰগৰে
পৰা !
পু:স: সৰগৰে
পৰা !
ভূ:হা: হে মহা
প্রভূ
পু:স: অ’ হ’ হ’
ভূ:হা: কি শূণ্য
সাগৰ
পু:স: অ’ হ’ হ’
ভূ:হা: এই নাওঁ
পৃথিৱী
পু:স: অ’ হ’ হ’
ভূ:হা: হ’ব মানৱ জাতি
পু:স: অ’ হ’ হ’
ভূ:হা: হ’ব মানৱ জাতি
পু:স: অ’ হ’ হ’
ভূ:হা: সেয়ে ঈশ্বৰে গঢ়ি দিলে নাৱিকৰ দল
চকু কাৰো ক’লা কাৰো নীলা কাৰো পিঙ্গল
সেয়েহে আজি তোমাৰ আমাৰ
একে আকাশ একে ধৰণী !
সমস্বৰে: আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে
ভূ:হা: আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে
যদি
সংঘাত হয়
তেনে ধ্বংশ হ’ব
গৰ্ব আমাৰ প্রগতি !
সমস্বৰে: আমি
একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে
যদি
সংঘাত হয়
তেনে ধ্বংশ হ’ব
গৰ্ব আমাৰ প্রগতি !
ভূ:হা: প্রভূ চোৱা তললৈ
পু:স: চোৱা তললৈ..
ভূ:হা: সৰগৰে পৰা !
পু:স: সৰগৰে পৰা !
ভূ:হা: হে মহা প্রভূ
পু:স: অ’ হ’ হ’
ভূ:হা: কি শূণ্য সাগৰ
পু:স: অ’ হ’ হ’
ভূ:হা: এই নাওঁ পৃথিৱী
পু:স: অ’ হ’ হ’
ভূ:হা: হ’ব মানৱ জাতি
পু:স: অ’ হ’ হ’
ভূ:হা: হ’ব মানৱ জাতি
পু:স: অ’ হ’ হ’
ভূ:হা: সেয়ে ঈশ্বৰে গঢ়ি দিলে নাৱিকৰ দল
চকু
কাৰো ক’লা কাৰো নীলা
কাৰো পিঙ্গল
সেয়েহে আজি তোমাৰ আমাৰ
একে
আকাশ একে ধৰণী !
আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে !
আমি
একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে !
আমি
একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে !
আমি একেখন নাৱৰে যাত্রী
সহযাত্রী একেখন নাৱৰে ৷৷
(ইংৰাজী ‘We’re
on the same boat brother জনপ্রিয় গীতটো ‘আমি
একেখন নাৱৰে যাত্রী’
নাম দি অসমীয়া সংমিশ্ৰনেৰে ভূপেন হাজৰিকাদেৱৰ অপূৰ্ব কন্ঠেৰে নিগৰিত বিখ্যাত কৰি তোলা
গীত)
(ইউনিক'ডীয় ৰূপান্তৰ :- দিগন্ত শইকীয়া)
No comments:
Post a Comment