অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কি যে ছন্দত হ’লোঁ বন্দী


কথা:- 
অনিয়মকে নিয়ম কৰি মই আগ বাঢ়িছোঁ ৷ এতিয়া নিজকে প্রশ্ন কৰিবৰ মন যায়...  
কি যে ছন্দত হলোঁ বন্দী ইহ জনমটো পাই ...  কি যে ছন্দত হলোঁ বন্দী

গীত:-
কি যে ছন্দত
লোঁ বন্দী
ইহ জনম..টো পাই
নেজানো কিমান
ভ্রমিব লাগিব
সঙ্গী কোনো যে নাই
কি যে ছন্দত
লোঁ বন্দী
ইহ জনম..টো পাই
(এ)নেজানো কিমান
ভ্রমিব লাগিব
সঙ্গী কোনো যে নাই
কি যে ছন্দত !
লোঁ বন্দী !

লংঘন কৰিব নোৱৰা নিয়ম
লংঘন কৰিয়ে হায় !
অনিয়মকে কৰিলোঁ নিয়ম
পামনে লক্ষ্য ঠাই ..!
লংঘন কৰিব নোৱৰা নিয়ম
লংঘন কৰিয়ে হায় !
অনিয়মকে কৰিলোঁ নিয়ম
পামনে লক্ষ্য ঠাই ..!
কি যে ছন্দত
লোঁ বন্দী
ইহ জনম..টো পাই
(এ) নেজানো কিমান
ভ্রমিব লাগিব
সঙ্গী কোনো যে নাই
কি যে ছন্দত
লোঁ বন্দী !

শুনিছোঁ পঙ্কত নেনামিলে
নেপায় জ্যোতি কমল
তেন্তে কিয়নো ইতিকিং কৰে
মথিলে পঙ্কজাল !
মথিলে পঙ্কজাল !

শুনিছোঁ পঙ্কত নেনামিলে
নেপায় জ্যোতি কমল
তেন্তে কিয়নো ইতিকিং কৰে
মথিলে পঙ্কজাল !
মথিলে পঙ্কজাল !

অনন্ত আকাশ
ভীৰ সাগৰ
ইয়াতো লগৰী নাই !
নাচিয়ে ফুৰিছোঁ
সেয়েহে তাণ্ডৱ
দুন্দুভি বজাই ,
অনন্ত আকাশ
ভীৰ সাগৰ
ইয়াতো লগৰী নাই !
নাচিয়ে ফুৰিছোঁ
সেয়েহে তাণ্ডৱ
দুন্দুভি বজাই ;
কি যে ছন্দত
লোঁ বন্দী
ইহ জনম..টো পাই
(এ)নেজানো কিমান
ভ্রমিব লাগিব
সঙ্গী কোনো যে নাই
কি যে ছন্দত
লোঁ বন্দী
ইহ জনম..টো পাই
নেজানো কিমান
ভ্রমিব লাগিব
সঙ্গী কোনো যে নাই
কি যে ছন্দত !
লোঁ বন্দী !

(কলকাতা: ১০ মাৰ্চ, ১৯৯৩ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: