অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ আমি তেজাল গাঁৱলীয়া


[Bhupen Hazarika's  Assamese Songs and Lyrics:- O Ami Tejal Gaonliya]


আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান ৷
নাঙল যুঁৱলিৰে পৃথিৱী সজাওঁ
দত তিৰেবিৰায় জান ৷

লহ্ পহীয়া মুগাবৰণীয়া
মলয়াত হালিছে ধান
গাঁৰে ৰাখিম মান ৷

আমি গাভৰু ধুনীয়া
ছেগ চাই কাটিমে ধান
ঘাঁৱৰ গৰখীয়াই পেঁপাটি বজাই
সুৰতে হৰি গল প্রাণ
ছেগ চাই কাটিমে ধান ৷

বতৰ ডাৱৰীয়া
লুইতত আহিছে বান
কাষত কলচী লৈ অমৃত আনিছো
শিৰতে বান্ধিছেঁ বান
গাঁৱৰে ৰাখিমে মান ৷৷


(কথাছবি: বিপ্লৱী,১৯৪৮ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: