অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আমাৰে মইনা শুইছে


আমাৰে মইনা শুইছে
বাৰীতে বগৰী ৰুইছে
বাৰীৰে বগৰী পকি সৰা নাই
তৰু তৃণ ধুমুহাই ভাঙিছে ৷৷

নেলাগে মোক সোণৰ চপৰা
লুভীয়াই নিব তাক হৰি
দুখীয়াক যিফেৰা কৰিলাঁ কৰুণা
তাকে যেন নিনিয়া কাঢ়ি ৷৷



(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: