[ সবিত্রীৰ মৃত্যুৰ পিচত ছোৱালীটিক ডাঙৰ দীঘল কৰিলে ফাতেমা আৰু চিৰাজ
কাইটিয়ে, ছোৱালীটিৰ নাম ৰাখিলে সীতা ৷ সীতাই এতিয়া কৈশোৰত ভৰি দিছে, ..ইফালে
বিশ্বেশ্বৰ বৰুৱা আৰু বৰুৱানীৰ শৰীৰ মন বেয়া হৈ আহিল বিশেষকৈ কন্দৰ্পৰ ভাগি যোৱা
বৈৰাগ্যপূৰ্ণ মনটোতে ৷ ৰত্নেশ্বৰ ভূঞাৰ
ছোৱালী সৰুজুৰ সৈতে বিয়া পাতি দিলে কন্দৰ্পৰ.., কেঞ্চাৰ ৰুগীয়া মাকৰ মন
ৰাখিবলৈকে যেন বিয়াখন হ’ল ! কন্দৰ্প আৰু সৰুজুৰ দাম্পত্য জীৱন সুখৰ হ’ল
জানো ..নহ’ল ! সংসাৰ বাটৰুৱাৰ জীৱনৰ বীনখনিৰ
যেন ক’ৰবাত তাঁৰ ছিগি যোৱাৰ উপক্রম হ’ল
৷
]
পুৰুষ: আৰু
নবজাবি
বীণ বাটৰুৱা
নবজাবি তোৰ
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নাৰী: আৰু
নবজাবি
বীণ বাটৰুৱা
নবজাবি তোৰ
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নাৰী: নাই
পৰ এতিয়া
সপোনসুৰীয়া
নাই
পৰ এতিয়া
সপোনসুৰীয়া
তাহানিৰ
সোণালী দিন !
তাহানিৰ
সোণালী দিন ৷
দুয়ো: আৰু
নবজাবি
বীণ
বাটৰুৱা
নবজাবি তোৰ
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ ৷
পুৰুষ: জীৱনৰ আগতে
ধৰিলি
বেহেনি
হেৰুৱালি
তোৰ মূল..
হেৰুৱালি
তোৰ মূল,
জীৱনৰ আগতে
ধৰিলি
বেহেনি
হেৰুৱালি
তোৰ মূল..
হেৰুৱালি
তোৰ মূল ৷
নাৰী: বীণখনি
বাই
কিহ’ব
বিনালে
বীণখনি
বাই
কিহ’ব
বিনালে
ইযে
তোৰ জীৱনৰ ভুল...
ইযে
তোৰ জীৱনৰ ভুল ....!
বকুল
তলৰ
সমাধি চাই
বকুল
তলৰ........ !
বকুল তলৰ
সমাধি
চাই.....
নবজাবি
বাটৰুৱা...
নবজাবি
বাটৰুৱা......
!
নবজাবি তোৰ
বীণ..
নবজাবি তোৰ
বীণ ৷
দুয়ো: আৰু
নবজাবি
বীণ বাটৰুৱা
নবজাবি তোৰ
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত দ্বৈত কন্ঠৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment