অনুসন্ধান আকাংক্ষাত

Tuesday, May 1, 2012

এই কপালত


Assamese Song:     Ei Kopalot
Film:                           Ajali Nabou
Singer:                       Dwipen Boruah
Music Director:         Ramen Baruah
Year: 1979

এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
.. নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি ?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..

এই সমাজৰ ৰঙীন সাঁজৰ
মাজত কিমান যে ভুৱা !
মিচা ! মিচা ! এই মৌসনা মাত !
মিচাতেই ভোল যোৱা !
.. দিন দুপৰীয়া চাই থাকোতেই
মাৰিব চকুত ধূলি..!
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..

আই উভতি একো নেদেখ
আগলৈ ও একো নাই  !

মাজত মাথো পূৰ্ণ কৰা
বাট প ৰি আছে হায় !
.. বাটৰুৱা বাটটোকে ল
শেষৰ সমল বুলি !
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
.. নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি ?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি .. ৷৷

বোলছবি:                     আজলি নবৌ
গায়ক:                         দ্বীপেন বৰুৱা
সংগীত পৰিচালক:      ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: