অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ মলুৱা হে (একক কন্ঠত)


মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ
হায় মোৰ মলুৱা ৰে
যঁতৰ যঁতৰ কৰে তাই
হায় অ হৰি !
যঁতৰ আনি দিলো মই
হায় অ হৰি !

যঁতৰত ধৰি ধৰি
কান্দে মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ
হায় মোৰ মলুৱা ৰে

মোৰ মলুৱা ৰে .. !
মোৰ মলুৱা ৰে .. !

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: