অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া


কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া
মধ্যবিত্তৰেই সমাজ সোপান ,
কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া
মধ্যবিত্তৰেই সমাজ সোপান
কথাৰ মেৰপাক ফাকিৰে ভৰা
মহানগৰি আজি মহা শ্মশান !
মহা শ্মশান !
মহা শ্মশান !

ভিখাৰীৰ বুকু ভৰিৰে বেছি
চিৰিত উঠাৰ আল্লাৰ ..
লা বজাৰী সুখত সুখী
মুখা পিন্ধা জল্লাদ !
মুখা পিন্ধা জল্লাদ !
.. নকল বাসনাৰ ..
সেই চিৰি বগোৱা বন্ধ কৰি গা গান ..
দেশখন মানুহৰ ঘামেৰে গঢ়া
কোন বজ্রৰ আহ্বান ...
কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া
মধ্যবিত্তৰেই সমাজ সোপান
কথাৰ মেৰপাক ফাকিৰে ভৰা
মহানগৰি আজি মহা শ্মশান !
মহা শ্মশান !
মহা শ্মশান !

পৃথিৱীখন মাথো দুখনে ভৰা
অত্যাচাৰৰ বলি শত শত প্রাণ !
জীয়া যি  জীৱিত সিহঁতো মৃত
বিকৃত শিল্পৰ এই অৱদান !
... মুক্ত কৰ এই শ সাদৰা
ধৰালৈ কৰ অভিযান.. !
ৰাইজৰ কন্ঠত কন্ঠ মিলাই গা
চিৰ মুক্তিৰ গান ..
কেঁচা ৰঙা ৰক্তৰ দামেৰে গঢ়া
মধ্যবিত্তৰেই সমাজ সোপান
কথাৰ মেৰপাক ফাকিৰে ভৰা
মহানগৰি আজি মহা শ্মশান !
মহা শ্মশান !
মহা শ্মশান ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: