অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

চটাই পৰেবতৰ


চটাই পৰেবতৰ
নাগিনী ছোৱালী
থমকা থমকি
নাচোন নাচে !
হে হে হে হে হে
নাচোন নাচে ,
চটাই পৰেবতৰ
নাগিনী ছোৱালী
থমকা থমকি
নাচোন নাচে !
হে হে হে হে হে
নাচোন নাচে !
নাচোনৰ লাচতে
বনৰীয়া ফুলে
কাঁচোন কাঁচে !
হে হে হে হে হে
কাঁচোন কাঁচে ৷

            নাচোনৰ ভঙ্গিতে
            নিজৰা বাগৰি
            যায় ভৈয়ামলৈ বৈ.. !
            নাচোনৰ ভঙ্গিতে
            নিজৰা বাগৰি
            যায় ভৈয়ামলৈ বৈ !
            আজলি নাগিনী
            ৰঙৰ নিজৰা
            লগতে এচুটি লৈ !
            চটাই পৰেবতৰ
নাগিনী ছোৱালী
থমকা থমকি
নাচোন নাচে !
হে হে হে হে হে
নাচোন নাচে ৷

ৰঙৰে নিজৰা
বগৰি গলেগৈ
পালেগৈ বুকুৰে ধন ..!
ৰঙৰে নিজৰা
বগৰি গলেগৈ
পালেগৈ বুকুৰে ধন.. !
পথাৰে পথাৰে
বিয়পি পৰিলে
শিয়ৰি লিখিলে বন
চটাই পৰেবতৰ
নাগিনী ছোৱালী
থমকা থমকি
নাচোন নাচে !
হে হে হে হে হে
নাচোন নাচে ৷
নাচোনৰ লাচতে
বনৰীয়া ফুলে
কাঁচোন কাঁচে !
হে হে হে হে হে
কাঁচোন কাঁচে
হে হে হে হে হে
নাচোন নাচে
হে হে হে হে হে
কাঁচোন কাঁচে
হে হে হে হে হে
নাচোন নাচে
হে হে হে হে হে
কাঁচোন কাঁচে
হে হে হে হে হে
নাচোন নাচে
হে হে হে হে হে
কাঁচোন কাঁচে ৷৷


(পৰেবতৰ =পৰ্ব্বতৰ)
(ভূপেন হাজৰিকাৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: