অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে

[Bhupen Hazarika's songs and Lyrics:- Ajoli Hiyar Majey Bijuli Baan Marey]

কথা: মো অন্যতম গুৰু বিষ্ণু ৰাভা মোৰ বাবে এটা ডাঙৰ টাৰ্নিং পইন্ট, জ্যোতিয়ে উচ্চ আকাশত বিচৰণ কৰাইছিল ৷ বিষ্ণু ৰাভা দেৱে ৰঙা মাটিলৈ নমাই আনি ভাৰতীয় সংগীত জগতৰ সৈতে পৰিচয় কৰাই দিছিল ৷ আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে এটি অসমীয়া গজল ৰচনা কৰি মোৰ চেমনীয়া কন্ঠেৰে বাণীবদ্ধ কৰিছিল ৰাভাদেৱে , ভৰ যৌৱনৰ গীত এটা চেমনীয়া মই কেনেকৈ প্রকাশ কৰোঁ ! তথাপি চেষ্টা কৰিছিলোঁ তাহানি গাবলৈ আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে ...

গীত :-
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
উজলাই হিয়াৰ মণি
উজলাই হিয়াৰ মণি
কাঁজলি চকুৰ ঠাৰে !
তাইৰ কাঁজলি চকুৰ ঠাৰে
বিজুলি বাণ মাৰে;
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
উজলাই হিয়াৰ মণি
উজলাই হিয়াৰ মণি
কাঁজলি চকুৰ ঠাৰে !
তাইৰ কাঁজলি চকুৰ ঠাৰে
বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে ৷

পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি... !
পূবৰ দুৱাৰ মেলি
পূবৰ দুৱাৰ মেলি;
পূবৰ দুৱাৰ মেলি আহে তাই কিৰণ ধালি
হিয়া যে মোৰ চমকে,
তাই মিচিকি হাঁহিৰে
তাই মিচিকি হাঁহিৰে
বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
উজলাই হিয়াৰ মণি
উজলাই হিয়াৰ মণি
কাঁজলি চকুৰ ঠাৰে
তাইৰ কাঁজলি চকুৰ ঠাৰে
বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে ৷

ফাগুনি মলয়া বাই...
ফাগুনি মলয়া ..বাই !
ফাগুনি মলয়া বাই
ফাগুনি মলয়া.. বাই;
ফাগুনি মলয়া বাই
অমিয়া সুৰেৰে গাই
তালে তালে নাচে তাই,
বুকুৰ চেৱে ধীৰে
বুকুৰ চেৱে ধীৰে...
বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
উজলাই হিয়াৰ মণি
উজলাই হিয়াৰ মণি
কাঁজলি চকুৰ ঠাৰে
তাইৰ কাঁজলি চকুৰ ঠাৰে
বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে
আজঁলি হিয়াৰ মাজে বিজুলি বাণ মাৰে ৷৷
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: