অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মোৰ নাই একোৱেই নাই


মোৰ নাই একোৱেই নাই
দিবলে আনক প্রৰণা.. !
সকলো যেন মোৰ শেষ হৈ গ
অতীত দিগন্তৰ
অচিন বুকুতে.. ৷

মোৰ নাই একোৱেই নাই
দিবলে আনক প্রৰণা !
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রৰণা !
সকলো যেন মোৰ শেষ হৈ গ
সকলো যেন মোৰ শেষ হৈ গ
অতীত দিগন্তৰ
অচিন বুকুতে !
আজি নাই একোৱেই নাই
দিবলে আনক প্রেৰণা ৷                

বিচাৰিছো চৌদিশে মোৰ প্রাণে বিচৰা
বিচাৰিছো চৌদিশে মোৰ প্রাণে বিচৰা
সকলো পোৱাৰ সু্ঁতি
পূণ্য সজাবলে
মোৰ নাই একোৱেই নাই..
দিবলে আনক প্রৰণা ..!
সকলো যেন মোৰ  শেষ হৈ গ
সকলো যেন মোৰ শেষ হৈ গ
অতীত দিগন্তৰ
অচিন বুকুতে !
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রৰণা !

আকৌ জনম লম এই জনম গলে
আকৌ জনম লম এই জনম গলে
পুনৰ গঢ়ি লম শিল্পী হৃদয়েৰে
সিঁচি যাম তেতিয়া..
নৱ কৱিতাৰ বীজ
সিঁচি যাম তেতিয়া..
নৱ কৱিতাৰ বীজ
মানৱীয় সংকল পথ সাহসেৰে !
আজি নাই একো নাই
দিবলে আনক প্রেৰণা
সকলো যেন মোৰ
শেষ হৈ গল
সকলো যেন মোৰ
শেষ হৈ গল
অতীত দিগন্তৰ
অচিন বুকুতে..
মোৰ নাই একোৱেই নাই..
দিবলে আনক প্রেৰণা... ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: