অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পোহৰ বীণৰ তাঁৰ


[পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰল ..] - ২
-
[সৌ এছটি
দূৰ্নি লগৰ
আকাশ পাৰৰ
শুকুলা ডাৱৰ ..]←২
তাৰ সুৰুঙাই
নুশুনা সুৰৰ
জোকাৰ আহি ৰ
পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰল..
-
পোহৰ দেশত
সুৰ ৰদালি
কোন শুৱনি
সুৰ কুঁৱৰী
নাচি ঘুমতি গল !
-
পোহৰ দেশত
সুৰ ৰদালি
কোন শুৱনি
সুৰ কুঁৱৰী
নাচি ঘুমতি গ
[কোন শৰতৰ পৰশ লাগি
আঙুলি বোলাই
হঠাৎ জাগি... ]←২
পোহৰ ৰেণুৰ সুৰো পৰি
গগন ভৰি ৰ
[পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰল.. ]←২
বোলন পৰি ৰল..←২
-

ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত। 
গীতৰ কথাঃ- পাৰ্বতী প্ৰসাদ বৰুৱা
(*গীতটো শুনি লিখা, ভুল দেখিলে আঙুলীয়াই দিয়ে যেন*)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: