ভূ: হা: কথা:- বহাগ আহিল কন্দৰ্প আৰু সাবিত্রীৰ শৰিৰে আমনি কৰিব ধৰিলে
স্বভাৱিকতে, চৌদিশে পিৰিতিৰ বতৰ ... চৌদিশে পিৰিতিৰ বতৰ ...
গীত:-
গীত:-
ভূ: হা: পিৰিতি কি
বস্তু...
বৰ্নাব
নোৱাৰি
দেহ
মন ৰাইজাই কৰে
লাহৰি
যৌবন্ধন
চাবকে
নোৱাৰি
জালুক
জলকীয়াই পুৰে !
পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
হোৱা বাটিত কলি
পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
ইচাত বিচাত কৰি
পিৰিতি
পিৰিতি পিৰিতি
ওৰে
জীৱন টুপনি নাই
এ
পিৰিতি পিৰিতি পিৰিতি
পিৰিতি
মিঠা চুৰা দৈ
পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
বোৱা বোৱতি নৈ
পিৰিতি
পিৰিতি পিৰিতি
ওৰে
জীৱন থাকিব বৈ
হ’ পিৰিতি পিৰিতি পিৰিতি
পিৰিতি
যৌৱন যৌফলা
পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
হ’লফল কৰিলা
পিৰিতি
পিৰিতি পিৰিতি
পিচলি
পৰিবা চাবা
পুৰুষ: হুৰৰ
ভূ:হা: পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
মিঠা চুৰা দৈ
পিৰিতি
পিৰিতি পিৰিতি
পিৰিতি
বোৱা বোৱতি নৈ
পিৰিতি
পিৰিতি পিৰিতি
ওৰে
জীৱন থাকিব বৈ ৷৷
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
No comments:
Post a Comment