Assamese Song: Dhou Tuli Nasiley
Singer: Dwipen
Boruah & Runjun Phukan
Music Director: Ramen
Baruah
Year: 1979
পুৰুষ: ঢৌ তুলি নাচিলে বুকু
নাৰী: দেখি কাৰ হৰিণী চকু ?
পুৰুষ: নকওঁ নকওঁ মই কাকো
কোৱা মানা ?
নাৰী: জানো জানা
-
পুৰুষ: ৰিব্ ৰিব্ বা লাগি হালে জালে
নাৰী: অ’.. ৰূপহী ফুলৰে পাহি !
পুৰুষ: ৰিব্ ৰিব্ বা লাগি হালে জালে
নাৰী: অ’ ৰূপহী ফুলৰে পাহি !
পুৰুষ: কাৰেনো ?
নাৰী: অ’
পুৰুষ: দৰদী
নাৰী: অ’
পুৰুষ: চাৱনি
নাৰী: অ’
পুৰুষ: সৰিছে
নাৰী: অ’
পুৰুষ: কাৰেনো দৰদী
চাৱনি সৰিছে
দুয়ো: ইচাতি বিচাতি
কিয় উ.. দ.. ৰু.. ৱা.. হাঁহি
নাৰী: শুনা
পুৰুষ: শুনা
নাৰী: শুনা
পুৰুষ: শুনা
পুৰুষ: ঢৌ তুলি নাচিলে বুকু
নাৰী: দেখি কাৰ হৰিনী চকু ?
পুৰুষ: নকওঁ নকওঁ মই কাকো
কোৱা মানা ?
নাৰী: জানো জানা
-
পুৰুষ: তুমি মোৰ তুমি মোৰ কোনে ক’লে
নাৰী: অ’.. চিনাকী সুৰৰে বাঁহী
পুৰুষ: তুমি মোৰ তুমি মোৰ কোনে ক’লে
নাৰী: অ’.. চিনাকী সুৰৰে বাঁহী
পুৰুষ: তুমি মোৰ তুমি মোৰ কোনে ক’লে ?
নাৰী: অ’.. চিনাকী সুৰৰে বাঁহী
পুৰুষ: জানানে ?
নাৰী: অ’
পুৰুষ: নাজানা ?
নাৰী: অ’
পুৰুষ: চিনাকী
নাৰী: অ’
পুৰুষ: সুৰৰে
নাৰী: অ’
পুৰুষ: জানানে নাজানা ?
চিনাকী সুৰৰে
দুয়ো: বাঁহীটি বাজিলে
তুমি দে.. খা.. দি.. য়া.. হি..
নাৰী: জানা
পুৰুষ: জানা
নাৰী: জানা
পুৰুষ: জানা
পুৰুষ: ঢৌ তুলি নাচিলে বুকু
নাৰী: দেখি কাৰ হৰিণী চকু ?
পুৰুষ: নকওঁ নকওঁ মই কাকো
কোৱা মানা ?
নাৰী: জানো জানা
পুৰুষ: কোৱা মানা ?
নাৰী: জানো জানা
পুৰুষ: কোৱা মানা ?
নাৰী: জানো জানা ৷৷
বোলছবি: আজলি নবৌ
গায়ক: দ্বীপেন বৰুৱা আৰু
ৰুনজুন ফুকন
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment