অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হায়ৰে প্রাণেৰ বাছা মোৰ


হায়ৰে প্রাণেৰ বাছা মোৰ 
তুই কোলে নাই
যনে দেখি তনে অন্ধকাৰ
হায়ৰে প্রাণেৰ বাছা মোৰ 
তুই কোলে নাই
যনে দেখি তনে অন্ধকাৰ

আপন শিশু বুকে নাই;
আমাৰ মনে সুখ নাই
পৰাণটা মোৰ কৰে হাহাকাৰ
পৰাণটা মোৰ কৰে হাহাকাৰ ৷৷

(ভূপেন হাজৰিকাদেৱে ৰচা ঊষা মঙ্গেচ্‌কাৰৰ কন্ঠেৰে নিগৰিত)
(কথাছবি: চামেলি মেমচাব, ১৯৭৫ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: