অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ ( ভক্তিমূলক গীত)


হে জয় ৰঘুৰ
নন্দন হে ৰাঘৱ
ৰামে জয়
ৰঘুৰ নন্দন !

হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন !

মোকে কিনা কিনা প্রভু
মোকে কিনা কিনা প্রভু !
মোকে কিনা কিনা
জয় ৰঘুৰ নন্দন

আন ধন নালাগয় ৰামধন বিনা
জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !

কিনো ভাগ্য কিনো ভাগ্য !

কিনো ভাগ্য কিনো ভাগ্য !
মিলল হামাৰি
জয় ৰঘুৰ নন্দন

নিৰমল ৰাঙাপদ !
পেখিলো তুমহাৰি
জয় ৰঘুৰ নন্দন হে ৰাঘৱ !
ৰামে জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে
জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম  ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: