[ কথা:- মহামানবৰ ত্যাগৰ অগনিয়ে নাশিব স্বাৰ্থ
অহঙ্কাৰ শান্তিদূতৰ শান্তিবাণী জনতাই কৰে নমস্কাৰ ৷ আজি সেই মহামানবৰ
শান্তিৰ আদৰ্শক শিৰত লৈ সুন্দৰ সাম্যৰ সৃষ্টিৰ হকে আমি আগ বাঢ়িব লাগিব ৷
]
গীত:-
আগ বাঢ়াঁ,বাঢ়াঁ আগ বাঢ়াঁ,
ডেকা-গাভৰুৰ দল
৷
জনতাৰ মৃত্যু
এফাৰি বতাহে
আকাশ কঁপাই তোলে
গনে গনে কোলাহল
৷
ডেকা-গাভৰুৰ দল
আগ বাঢ়াঁ
সঙ্কীৰ্ণতাৰ
চিতাত চোৱাঁ
প্রগতিৰ ধল উঠিল
ক’লা ডাৱৰৰ বিভীষিকাত
জেউতিৰ ৰহণ চৰিল
৷৷
এন্ধাৰ অতীতত
জঁকাত চোৱাঁ
শোণিতৰ বান উঠিল
ডেকা-গাভৰুৰ দল
তুমি শান্তিৰ
পৃথিৱীত বোলাই দিয়াঁ
সাম্যৰ নৱ বোল
৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment