অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভাতৰে পাততে


ভাতৰে পাততে
হাত পৰি ৰলে
আহাৰ মলঙি গ
খাওঁতাৰ পেতে
ভোক পৰি ৰলে
হে নিয়তিৰ আহাৰহে হ
গোঁসাই ঐ
নিয়তিৰ আহাৰহে হল ৷

এ বিংশ শতিকাৰ
অসমীৰ জীয়ৰি
জয়া নাই
এতিয়া হ
এ নিয়তিৰ ধেমালি ধৰিব নোৱাৰি
এ নিয়তিৰ ধেমালি ধৰিব নোৱাৰি
শ্মশানখন ধোৱাময় হ
মোৰ গোঁসাই ঐ
শ্মশানখন ধোৱাময় হল ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: