হাৱা নাই, বাতাস নাই
সৱ গেছে সুৰ নাই
তোমাৰ বিনা
কেমনে ৰহিবো
কেমনে সাগৰ হবো
পাৰ
কেমনে সাগৰ হবো
পাৰ ৷
পখীৰ খাঁচা , আমাৰ বাসা,
উৰি গেল’ জীৱন-পখী ৷
পৰি ৰৈল আশা
আমাৰ
উৰি গেল’ প্রাণ সোণটি
নৰৈলেক নাহি
পাৰাপাৰ ৷৷
কেমনে সাগৰ হবো
পাৰ ৷
(কথাছবি: চামেলি মেমচাব , ১৯৭৫ চন)
(ভূপেন হাজৰিকাদেৱে ৰচা
ঊষা মঙ্গেচ্কাৰৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment