ভূ:হা:
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
৷
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী : গাৱলীয়া
ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
ভূ:হা:
গাঁৱৰ ল’ৰা
আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট
উলিয়াম !
গাঁৱৰ ল’ৰা
আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট
উলিয়াম !
নিতৌ নতুন পাম !
নিতৌ নতুন পাম !
সমস্বৰে:
জ্বুইসুৰীয়া জয়সুৰীয়া
জ্বুইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
ভূ:হা:
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
৷
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
ভূ:হা:
গাঁৱৰ ল’ৰা
আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট
উলিয়াম !
নিতৌ
নতুন পাম
নিতৌ নতুন পাম !
সমস্বৰে:
জ্বুইসুৰীয়া জয়সুৰীয়া
জ্বুইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম !
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
ভূ:হা:
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে
বন্তি
জ্বলাই যাম আমি
গাঁৱৰ
ল’ৰা !
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী : গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী : গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
!
নাৰী :
গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
ভূ:হা:
গাঁৱৰ ল’ৰা
৷৷
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment