অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভৰ বাৰিষাৰ


ভৰ বাৰিষাৰ ....

ভৰ বাৰিষাৰ নৈ ....

পাৰ কৰি দে... মোক
পাৰ কৰি দে ...মোক
নাৱৰীয়া ..........
পাৰ ... কৰি দে মো..ক
নাৱৰীয়া ...৷

ভৰ বাৰিষাৰ নৈ..
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক ৷

ভৰ বাৰিষাৰ নৈ
পাৰ কৰি দে মোক
নাৱৰীয়া !
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক ৷

জাগিৰ দৰে জীৱনটি মো..ৰ
নেজানো কেনি যা..য়
পাৰ দেখোঁ নেদেখাই হলো..
হিয়া দহি যা..য়
দূৰ-দূৰণিৰ
সৌ পাৰলৈ
পাৰ কৰি নে মোক
নাৱৰীয়া পাৰ কৰি নে মোক ৷

ভৰ বাৰিষাৰ নৈ.. !
পাৰ কৰি দে মোক নাৱৰীয়া
পাৰ কৰি দে মোক নাৱৰীয়া
পাৰ কৰি দে মোক ৷

এন্ধাৰৰ বুকুতেই দেখোঁ
সূৰুযো হেৰা..য়
হে মায়াবি পৃথিৱীখনি
থিতাতেই লুকা..য় !
সংসাৰৰেই
দুখ যাঁতনা
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক ৷

ভৰ বাৰিষাৰ নৈ
পাৰ কৰি দে মোক নাৱৰীয়া
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক ৷

ভৰ বাৰিষাৰ নৈ
পাৰ কৰি দে মোক নাৱৰীয়া
পাৰ কৰি দে মোক
নাৱৰীয়া
পাৰ কৰি দে মোক ৷

ভৰ বাৰিষাৰ.... নৈ...
ভৰ বাৰিষাৰ........ নৈ .....
পাৰ কৰি দে.. মোক..
নাৱৰীয়া ....
পাৰ কৰি দে... মোক
ভৰ বাৰিষাৰ.......... নৈ ... ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: